একাদশ পাঠ এলক'হল, ফিনল আৰু ইথাৰ (অন্তঃপাঠ্য প্ৰশ্ন-২)
অন্তঃপাঠ্য প্ৰশ্ন
১১.৩ IUPAC পদ্ধতি অনুসৰি তলৰ যৌগবোৰৰ নামকৰণ কৰা।
Show Answer
উত্তৰ
(i) 4-ক্ল’ৰ’-3-ইথাইল-2-(1-মিথাইলইথাইল)-বিউটেন-1-অল
(ii) 2, 5-ডাইমিথাইলহেক্সেন-1, 3-ডাইঅল
(iii) 3-ব্ৰ’ম’চাইক্ল’হেক্সানল
(iv) হেক্স-1-ইন-3-অল
(v) 2-ব্ৰ’ম’-3-মিথাইলবিউট-2-ইন-1-অল