PYQ NEET- কিছুমান P ব্লক মৌলসমূহ L-4
প্ৰশ্ন: মহৎ গেছসমূহৰ বিষয়ে ভুল উক্তি হ’ল -
(২০২১)
A) মহৎ গেছসমূহৰ দুৰ্বল বিচ্ছুৰণ বল থাকে।
B) মহৎ গেছসমূহৰ ইলেক্ট্ৰ’ন লাভ এন্থালপীৰ মান অতি কম (বা ঋণাত্মক)।
C) মহৎ গেছসমূহ পানীত অতি কম পৰিমাণে দ্ৰৱণীয়।
D) মহৎ গেছসমূহৰ গলনাংক আৰু উতলাংক অতি কম।